মৃত ব্যক্তি এগৰাকীক আমি পুনৰ জীৱন দান কৰিব নোৱাৰো | हिंदी Quotes

"মৃত ব্যক্তি এগৰাকীক আমি পুনৰ জীৱন দান কৰিব নোৱাৰোঁ ঠিকেই; কিন্তু জীৱন যুদ্ধত হাৰ মনা, ভাগৰি পৰা মানুহ এগৰাকীক আমি তেওঁৰ মনৰ কথা শুনি, এষাৰ মিঠা মাত দি, উৎসাহ দি এটা নতুন জীৱন নিশ্চয় দিব পাৰোঁ। ©Farhana"

 মৃত ব্যক্তি এগৰাকীক আমি পুনৰ জীৱন 
দান কৰিব নোৱাৰোঁ ঠিকেই;

কিন্তু জীৱন যুদ্ধত হাৰ মনা, ভাগৰি পৰা মানুহ 
এগৰাকীক আমি তেওঁৰ মনৰ কথা শুনি, 
এষাৰ মিঠা মাত দি, উৎসাহ দি এটা 
নতুন জীৱন নিশ্চয় দিব পাৰোঁ।

©Farhana

মৃত ব্যক্তি এগৰাকীক আমি পুনৰ জীৱন দান কৰিব নোৱাৰোঁ ঠিকেই; কিন্তু জীৱন যুদ্ধত হাৰ মনা, ভাগৰি পৰা মানুহ এগৰাকীক আমি তেওঁৰ মনৰ কথা শুনি, এষাৰ মিঠা মাত দি, উৎসাহ দি এটা নতুন জীৱন নিশ্চয় দিব পাৰোঁ। ©Farhana

#Quotes#Assamese

People who shared love close

More like this

Trending Topic