আপোনাক কম বুলি ভবা কথাবোৰ সাঁচি ৰাখোতে ৰাখোতে এদিন স্তূপ হৈছিল আৰু সেই স্তূপটো এদিন শিল । নতুনকৈ শিলটোত শেলুৱৈও গজিছে খুব ধুনীয়া দেখিবলৈ । এতিয়া যে আপোনাক ক'বও মন নাযায় । ©Rikshikha kashyap #think Quotes, Shayari, Story, Poem, Jokes, Memes On Nojoto