কংক্ৰিটৰ মানৱ মই কংক্ৰিটৰ মানৱ মই হৃদয়হীন, বেদন | English Video

"কংক্ৰিটৰ মানৱ মই কংক্ৰিটৰ মানৱ মই হৃদয়হীন, বেদনাহীন অনুভৱবিহীন ব্যক্তি মই বুজি পাম কেনেকৈ ? তোৰ মনৰ হা-হাবিয়াসবোৰ বেদনাৰ টোপোলাবোৰ সপোনৰ সফুঁৰাবোৰ। অন্তৰহীন যন্ত্ৰৰ দৰে মই কংক্ৰিটৰ মানৱ মই। "

কংক্ৰিটৰ মানৱ মই কংক্ৰিটৰ মানৱ মই হৃদয়হীন, বেদনাহীন অনুভৱবিহীন ব্যক্তি মই বুজি পাম কেনেকৈ ? তোৰ মনৰ হা-হাবিয়াসবোৰ বেদনাৰ টোপোলাবোৰ সপোনৰ সফুঁৰাবোৰ। অন্তৰহীন যন্ত্ৰৰ দৰে মই কংক্ৰিটৰ মানৱ মই।

I am the robot

People who shared love close

More like this

Trending Topic