অলপ ৰ'ৱছোন,
ইমান খৰখেদা কেলেইনো কৰিছে!
আপোনাৰ জীৱনৰ প্ৰতিটো কাহিনীৰ ৰচক যদি আপুনিয়েই হয়,
তেনেহ'লে আপুনি দেখোন জীৱনটো উপভোগেই কৰিবলৈ নাপাব!
পাৰিলে দুই-এটা প্রিয় কাহিনী সময়ৰ হাতত এৰকচোন,,
কোনে জানে......
কিজানি সময়ে কাহিনীটো আপোনাতকৈও ভালকৈ ৰচে.......
@Danriyoli kaushik
#reading