অলপ ৰ'ৱছোন, ইমান খৰখেদা কেলেইনো কৰিছে! আপোনাৰ জী

"অলপ ৰ'ৱছোন, ইমান খৰখেদা কেলেইনো কৰিছে! আপোনাৰ জীৱনৰ প্ৰতিটো কাহিনীৰ ৰচক যদি আপুনিয়েই হয়, তেনেহ'লে আপুনি দেখোন জীৱনটো উপভোগেই কৰিবলৈ নাপাব! পাৰিলে দুই-এটা প্রিয় কাহিনী সময়ৰ হাতত এৰকচোন,, কোনে জানে...... কিজানি সময়ে কাহিনীটো আপোনাতকৈও ভালকৈ ৰচে....... @Danriyoli kaushik"

 অলপ ৰ'ৱছোন,

ইমান খৰখেদা কেলেইনো কৰিছে!

আপোনাৰ জীৱনৰ প্ৰতিটো কাহিনীৰ ৰচক যদি আপুনিয়েই হয়,
তেনেহ'লে আপুনি দেখোন জীৱনটো উপভোগেই কৰিবলৈ নাপাব!
পাৰিলে দুই-এটা প্রিয় কাহিনী সময়ৰ হাতত এৰকচোন,,
কোনে জানে......
 কিজানি সময়ে কাহিনীটো আপোনাতকৈও ভালকৈ ৰচে.......







@Danriyoli kaushik

অলপ ৰ'ৱছোন, ইমান খৰখেদা কেলেইনো কৰিছে! আপোনাৰ জীৱনৰ প্ৰতিটো কাহিনীৰ ৰচক যদি আপুনিয়েই হয়, তেনেহ'লে আপুনি দেখোন জীৱনটো উপভোগেই কৰিবলৈ নাপাব! পাৰিলে দুই-এটা প্রিয় কাহিনী সময়ৰ হাতত এৰকচোন,, কোনে জানে...... কিজানি সময়ে কাহিনীটো আপোনাতকৈও ভালকৈ ৰচে....... @Danriyoli kaushik

#reading

People who shared love close

More like this

Trending Topic