আজি‌ বহু দিনেই হ'ল মই ৰৈ আছো এজাক বৰষুণৰ অপেক্ষাত.

"আজি‌ বহু দিনেই হ'ল মই ৰৈ আছো এজাক বৰষুণৰ অপেক্ষাত....... এবাৰ তিতিবলৈ মন আছে সেই বৰষুণ জাকত., কিজানি সেই বৰষুণৰ টোপাল বোৰে মচি পেলাই মোৰ হেৰুৱা দিনৰ স্মৃতি বোৰ..... সেয়ে ৰৈ আছো মই এজাক বৰষুণৰ অপেক্ষাত........ ©Miss. Parveen"

 আজি‌ বহু দিনেই হ'ল
মই ৰৈ আছো
এজাক বৰষুণৰ অপেক্ষাত.......
এবাৰ তিতিবলৈ মন আছে
সেই বৰষুণ জাকত.,
কিজানি সেই বৰষুণৰ টোপাল বোৰে
মচি পেলাই মোৰ 
হেৰুৱা দিনৰ স্মৃতি বোৰ.....
সেয়ে ৰৈ আছো মই
এজাক বৰষুণৰ অপেক্ষাত........

©Miss. Parveen

আজি‌ বহু দিনেই হ'ল মই ৰৈ আছো এজাক বৰষুণৰ অপেক্ষাত....... এবাৰ তিতিবলৈ মন আছে সেই বৰষুণ জাকত., কিজানি সেই বৰষুণৰ টোপাল বোৰে মচি পেলাই মোৰ হেৰুৱা দিনৰ স্মৃতি বোৰ..... সেয়ে ৰৈ আছো মই এজাক বৰষুণৰ অপেক্ষাত........ ©Miss. Parveen

#এজাক বৰষুণৰ অপেক্ষাত
#AssamesePoem #Assamesequotes #assamesepoetry #nojoto❤ #nojoquotes

People who shared love close

More like this

Trending Topic