*আত্মস্তৱক* বিষাদৰ বন্যাত ডুবি থকা... ধূষৰ কবিতাবোৰ আওৰাই, দেখুৱাব নোৱাৰো আনক... মই দুখী বুলি...। কেৱল.. সুখী হোৱাৰ সপোনত কল্পনা কৰো নিজক... যেন ঘন এন্ধাৰত উজ্বলি উঠা মই এটি কণমানি জোনাকী । #assamesepoem#byme Quotes, Shayari, Story, Poem, Jokes, Memes On Nojoto