*আত্মস্তৱক* বিষাদৰ বন্যাত ডুবি থকা... ধূষৰ কবিতাব

"*আত্মস্তৱক* বিষাদৰ বন্যাত ডুবি থকা... ধূষৰ কবিতাবোৰ আওৰাই, দেখুৱাব নোৱাৰো আনক... মই দুখী বুলি...। কেৱল.. সুখী হোৱাৰ সপোনত কল্পনা কৰো নিজক... যেন ঘন এন্ধাৰত উজ্বলি উঠা মই এটি কণমানি জোনাকী ।"

 *আত্মস্তৱক*

বিষাদৰ বন্যাত ডুবি থকা...
ধূষৰ কবিতাবোৰ আওৰাই,
দেখুৱাব নোৱাৰো আনক...
মই দুখী বুলি...।
কেৱল..
সুখী হোৱাৰ সপোনত 
কল্পনা কৰো নিজক...
যেন ঘন এন্ধাৰত উজ্বলি উঠা
মই এটি কণমানি জোনাকী ।

*আত্মস্তৱক* বিষাদৰ বন্যাত ডুবি থকা... ধূষৰ কবিতাবোৰ আওৰাই, দেখুৱাব নোৱাৰো আনক... মই দুখী বুলি...। কেৱল.. সুখী হোৱাৰ সপোনত কল্পনা কৰো নিজক... যেন ঘন এন্ধাৰত উজ্বলি উঠা মই এটি কণমানি জোনাকী ।

#AssamesePoem#byme

People who shared love close

More like this

Trending Topic