নভাবাকৈয়ে কিছুমান কথা হয়তো হ'ব লগা থাকে আমাৰ জীৱ | বাংলা कविता

"নভাবাকৈয়ে কিছুমান কথা হয়তো হ'ব লগা থাকে আমাৰ জীৱনত। তুমিও ঠিক তেনেকুৱাই। গতানুগতিক জীৱনটোত তুমি যেন কিছু সুখৰ বন্যা। পুৱাৰ এমুঠি কোমল ৰুদালি, এমুঠি হিমচেচাঁ নিয়ৰৰ কণিকা। ©Hirushima Bora"

 নভাবাকৈয়ে কিছুমান কথা হয়তো 
হ'ব লগা থাকে 
আমাৰ জীৱনত। 
তুমিও ঠিক তেনেকুৱাই।
 গতানুগতিক জীৱনটোত তুমি যেন
 কিছু সুখৰ বন্যা। 
পুৱাৰ এমুঠি কোমল ৰুদালি,
 এমুঠি হিমচেচাঁ নিয়ৰৰ কণিকা।

©Hirushima Bora

নভাবাকৈয়ে কিছুমান কথা হয়তো হ'ব লগা থাকে আমাৰ জীৱনত। তুমিও ঠিক তেনেকুৱাই। গতানুগতিক জীৱনটোত তুমি যেন কিছু সুখৰ বন্যা। পুৱাৰ এমুঠি কোমল ৰুদালি, এমুঠি হিমচেচাঁ নিয়ৰৰ কণিকা। ©Hirushima Bora

#অনুভৱৰ_পৃষ্ঠা

#Health

People who shared love close

More like this

Trending Topic