মোৰ বুকুৰ গ্ৰীষ্ম জোনাকত
জিৰণি লোৱা তুমি যেন
প্রেমৰ এখনি নীলাভ আকাশ,
মাদকতা ভৰা প্রয়াসেৰে ৰৈ
যায় সকলো তোমাৰ ঠিকনাত,,
কি ভাল লাগে জানা
তুমি আৰু তোমাৰ কথাবোৰ।।
নিৱিড় নিশা শীতৰ জঠৰ
কোলাত .
প্রেমময় হৃদয় ৰ নিশ্বাসবোৰ।।।
তোমাৰ হেপাঁহবোৰত মোৰ
উপস্থিতি বোৰ।।
মোৰ বুকুত বিয়পি পৰা তুমি তুমি
ভাৱবোৰ।।।
--lucky
--lucky