Lucky Gogoi

Lucky Gogoi

  • Latest
  • Popular
  • Video

#PulwamaAttack সেউজীয়া জীৱনৰ অনুপম সপোনৰ কি যে এই প্ৰমানুভূতি , প্ৰেমৰ দিনটোৰ অন্তত , বাৰে বাৰে মনলৈ আহি থকা কথাকেইটাকে কও শুনা ,, হৃদয়ৰ উঠা নমাবোৰ ৰ শাত পৰি ৰয় তোমাৰ নামতে।। জীৱনৰ প্ৰতিটো পল , তোমাৰ মৰমৰ বিশালতা খিনিক সাৱটিব পৰাকৈ যেন যোগ্য হব পাৰো।। তোমাৰ এজাৰবুলীয়া দুখৰ চকুলোবোৰ নাইকিয়া কৰিব পৰাকৈ যেন নিজক সজাই তুলিব পাৰো ।। দুহাতৰ বুলনিত হৃদয় ৰ বিশালতা যে সোমাই থাকে তাক অনুভৱ কৰিব পাৰো।। অনন্তকাললৈ ভালপোৱাৰ বীজেৰে হৃদয়ৰ উপচাব পৰাকৈ যেন যোগ্য হব পাৰো।। _ lucky

#PulwamaAttack  #PulwamaAttack সেউজীয়া জীৱনৰ অনুপম সপোনৰ 
কি যে এই প্ৰমানুভূতি ,
প্ৰেমৰ দিনটোৰ অন্তত ,
বাৰে বাৰে মনলৈ আহি থকা কথাকেইটাকে 
কও  শুনা ,,

হৃদয়ৰ উঠা নমাবোৰ ৰ 
শাত পৰি ৰয় তোমাৰ নামতে।।
জীৱনৰ প্ৰতিটো পল , তোমাৰ মৰমৰ বিশালতা খিনিক সাৱটিব পৰাকৈ 
যেন যোগ্য হব পাৰো।।

তোমাৰ এজাৰবুলীয়া দুখৰ চকুলোবোৰ নাইকিয়া কৰিব পৰাকৈ যেন নিজক 
সজাই তুলিব পাৰো ।।
দুহাতৰ বুলনিত হৃদয় ৰ বিশালতা যে সোমাই 
থাকে তাক অনুভৱ কৰিব পাৰো।।

অনন্তকাললৈ ভালপোৱাৰ বীজেৰে 
হৃদয়ৰ উপচাব পৰাকৈ 
যেন যোগ্য হব পাৰো।।
_ lucky

#PulwamaAttack সেউজীয়া জীৱনৰ অনুপম সপোনৰ কি যে এই প্ৰমানুভূতি , প্ৰেমৰ দিনটোৰ অন্তত , বাৰে বাৰে মনলৈ আহি থকা কথাকেইটাকে কও শুনা ,, হৃদয়ৰ উঠা নমাবোৰ ৰ শাত পৰি ৰয় তোমাৰ নামতে।। জীৱনৰ প্ৰতিটো পল , তোমাৰ মৰমৰ বিশালতা খিনিক সাৱটিব পৰাকৈ যেন যোগ্য হব পাৰো।। তোমাৰ এজাৰবুলীয়া দুখৰ চকুলোবোৰ নাইকিয়া কৰিব পৰাকৈ যেন নিজক সজাই তুলিব পাৰো ।। দুহাতৰ বুলনিত হৃদয় ৰ বিশালতা যে সোমাই থাকে তাক অনুভৱ কৰিব পাৰো।। অনন্তকাললৈ ভালপোৱাৰ বীজেৰে হৃদয়ৰ উপচাব পৰাকৈ যেন যোগ্য হব পাৰো।। _ lucky

10 Love

যিমান দূৰলৈকে মোৰ উশাহে চিনে বাট , সিমান দূৰলৈকে মোক তোমাৰ বুকুত সযতনে ৰাখিবা।। বাটৰ শেষত বুজন বুকুৰ ওজন চিনিবলৈ আকাশ আৰু সাগৰৰ হাতত তোমাক গতাই থৈ যাম।।। ♥♥♥

 যিমান  দূৰলৈকে মোৰ উশাহে 
চিনে বাট ,
সিমান দূৰলৈকে মোক তোমাৰ 
বুকুত সযতনে ৰাখিবা।।

বাটৰ শেষত বুজন বুকুৰ 
ওজন চিনিবলৈ 
আকাশ আৰু সাগৰৰ হাতত 
তোমাক গতাই থৈ যাম।।।
♥♥♥

যিমান দূৰলৈকে মোৰ উশাহে চিনে বাট , সিমান দূৰলৈকে মোক তোমাৰ বুকুত সযতনে ৰাখিবা।। বাটৰ শেষত বুজন বুকুৰ ওজন চিনিবলৈ আকাশ আৰু সাগৰৰ হাতত তোমাক গতাই থৈ যাম।।। ♥♥♥

2 Love

তোমাৰ ভাৱনাই যেতিয়া লুকা ভাকু খেলে, অনুভৱবোৰ মোৰ হাহি হৈ সৰে।। তোমাৰ শব্দ ৰ অভিমানী পৰশত প্রান পাই উঠে এটি শব্দ বিহীন কবিতা।। ❤❤

 তোমাৰ ভাৱনাই যেতিয়া 
      লুকা ভাকু খেলে,
                 অনুভৱবোৰ মোৰ হাহি হৈ সৰে।।    
তোমাৰ শব্দ ৰ অভিমানী         
                 পৰশত    প্রান পাই উঠে  
                    এটি শব্দ বিহীন  
                        কবিতা।।
                           ❤❤

তোমাৰ ভাৱনাই যেতিয়া লুকা ভাকু খেলে, অনুভৱবোৰ মোৰ হাহি হৈ সৰে।। তোমাৰ শব্দ ৰ অভিমানী পৰশত প্রান পাই উঠে এটি শব্দ বিহীন কবিতা।। ❤❤

1 Love

মোৰ বুকুৰ গ্ৰীষ্ম জোনাকত জিৰণি লোৱা তুমি যেন প্রেমৰ এখনি নীলাভ আকাশ, মাদকতা ভৰা প্রয়াসেৰে ৰৈ যায় সকলো তোমাৰ ঠিকনাত,, কি ভাল লাগে জানা তুমি আৰু তোমাৰ কথাবোৰ।। নিৱিড় নিশা শীতৰ জঠৰ কোলাত . প্রেমময় হৃদয় ৰ নিশ্বাসবোৰ।।। তোমাৰ হেপাঁহবোৰত মোৰ উপস্থিতি বোৰ।। মোৰ বুকুত বিয়পি পৰা তুমি তুমি ভাৱবোৰ।।। --lucky --lucky

 মোৰ বুকুৰ গ্ৰীষ্ম জোনাকত 
জিৰণি লোৱা তুমি যেন
প্রেমৰ এখনি নীলাভ আকাশ,

মাদকতা ভৰা প্রয়াসেৰে ৰৈ 
যায় সকলো তোমাৰ ঠিকনাত,,

কি ভাল লাগে জানা 
তুমি আৰু তোমাৰ কথাবোৰ।।
নিৱিড় নিশা শীতৰ জঠৰ 
 
কোলাত . 
প্রেমময় হৃদয় ৰ নিশ্বাসবোৰ।।।
তোমাৰ হেপাঁহবোৰত মোৰ 
উপস্থিতি বোৰ।।
মোৰ বুকুত বিয়পি পৰা তুমি তুমি
ভাৱবোৰ।।।
--lucky

 

--lucky

মোৰ বুকুৰ গ্ৰীষ্ম জোনাকত জিৰণি লোৱা তুমি যেন প্রেমৰ এখনি নীলাভ আকাশ, মাদকতা ভৰা প্রয়াসেৰে ৰৈ যায় সকলো তোমাৰ ঠিকনাত,, কি ভাল লাগে জানা তুমি আৰু তোমাৰ কথাবোৰ।। নিৱিড় নিশা শীতৰ জঠৰ কোলাত . প্রেমময় হৃদয় ৰ নিশ্বাসবোৰ।।। তোমাৰ হেপাঁহবোৰত মোৰ উপস্থিতি বোৰ।। মোৰ বুকুত বিয়পি পৰা তুমি তুমি ভাৱবোৰ।।। --lucky --lucky

4 Love

My dear poem অনুভঁৱৰ পাতখিলাত আমাৰ সেউজ সপোনৰ অবগুন্ঠিৱৰ চিৰবতমান ত সময়বোৰ যেন গৈ আছে এনেদৰেই,,,,,,,, এটি মিঠা ৰদ'ৰ ঘূৰণীয়া পদূলিত আকৌ আজি থিয় দিছেহি জীৱনৰ ৰাগীৰে লিপিবদ্ধ নববর্ষটি ফুলাম হাঁহিৰ অলংকাৰে যেন সকলো প্রাতন্ত হৈ উঠে তাৰ কামনাৰে শুভ নববর্ষ-- -lucky

 My dear poem অনুভঁৱৰ পাতখিলাত 
আমাৰ সেউজ সপোনৰ 
অবগুন্ঠিৱৰ চিৰবতমান ত 
সময়বোৰ যেন 
গৈ আছে এনেদৰেই,,,,,,,,

এটি মিঠা ৰদ'ৰ ঘূৰণীয়া পদূলিত 
আকৌ আজি থিয় দিছেহি 
জীৱনৰ ৰাগীৰে লিপিবদ্ধ 
নববর্ষটি 
ফুলাম হাঁহিৰ অলংকাৰে যেন সকলো 
প্রাতন্ত হৈ উঠে
তাৰ কামনাৰে 
শুভ নববর্ষ--
-lucky

My dear poem অনুভঁৱৰ পাতখিলাত আমাৰ সেউজ সপোনৰ অবগুন্ঠিৱৰ চিৰবতমান ত সময়বোৰ যেন গৈ আছে এনেদৰেই,,,,,,,, এটি মিঠা ৰদ'ৰ ঘূৰণীয়া পদূলিত আকৌ আজি থিয় দিছেহি জীৱনৰ ৰাগীৰে লিপিবদ্ধ নববর্ষটি ফুলাম হাঁহিৰ অলংকাৰে যেন সকলো প্রাতন্ত হৈ উঠে তাৰ কামনাৰে শুভ নববর্ষ-- -lucky

6 Love

এই যে এটি মূহুর্তৰ বাবে নীৰৱ হৈ যাও কিমান যে ভাল লাগে নহয় নে।।। মোবাইল ৰ ডিসপ্লে ত ভাহি উঠা সেই মোহাচ্ছন্ন হাহিৰ ছবি খনিয়ে ৰাতিৰ নিৰৱতা,,তোমাৰ নিৰৱতা,আৰু মোৰ নীৰৱতা ক আৰু সজীব কৰি তুলে।।। শব্দ ৰে নহয়,আলফুলিয়া উশাহ বোৰে দি যায় এক অবুজ শিহৰন।।।। -লাকী।।।

 এই যে এটি মূহুর্তৰ বাবে নীৰৱ হৈ যাও 
কিমান যে ভাল লাগে নহয় নে।।।
মোবাইল ৰ ডিসপ্লে ত   ভাহি উঠা সেই মোহাচ্ছন্ন হাহিৰ
ছবি খনিয়ে
ৰাতিৰ নিৰৱতা,,তোমাৰ নিৰৱতা,আৰু মোৰ নীৰৱতা ক
আৰু সজীব কৰি তুলে।।।
শব্দ ৰে নহয়,আলফুলিয়া উশাহ বোৰে 
দি যায় এক অবুজ শিহৰন।।।।


-লাকী।।।

hihoron

5 Love

Trending Topic