#PulwamaAttack সেউজীয়া জীৱনৰ অনুপম সপোনৰ
কি যে এই প্ৰমানুভূতি ,
প্ৰেমৰ দিনটোৰ অন্তত ,
বাৰে বাৰে মনলৈ আহি থকা কথাকেইটাকে
কও শুনা ,,
হৃদয়ৰ উঠা নমাবোৰ ৰ
শাত পৰি ৰয় তোমাৰ নামতে।।
জীৱনৰ প্ৰতিটো পল , তোমাৰ মৰমৰ বিশালতা খিনিক সাৱটিব পৰাকৈ
যেন যোগ্য হব পাৰো।।
তোমাৰ এজাৰবুলীয়া দুখৰ চকুলোবোৰ নাইকিয়া কৰিব পৰাকৈ যেন নিজক
সজাই তুলিব পাৰো ।।
দুহাতৰ বুলনিত হৃদয় ৰ বিশালতা যে সোমাই
থাকে তাক অনুভৱ কৰিব পাৰো।।
অনন্তকাললৈ ভালপোৱাৰ বীজেৰে
হৃদয়ৰ উপচাব পৰাকৈ
যেন যোগ্য হব পাৰো।।
_ lucky