White মন মলয়া
কলিয়নি নদীৰ দাঁতিত
কহুঁৱা জোপাৰ মাজত
তোমাক বিচাৰি ফুৰিছো।
সপোন পৰাশা চৰাইবোৰ
মন-আকাশত উৰি ফুৰিছে ।
বনৰ মাজে মাজে
মইনা জাকেও
লুকা ভাকো খেলিছে ।
শূণ্য আকাশৰ....
বিশাল মেঘৰ আঁৰত
তুমাকেই যেন দেখিছোঁ
সাবটিব খুজিও
বাৰে বাৰে উজতিহে খাইছোঁ।
দীপক বড়ো
©dipak boro
love poetry for her