dipak boro

dipak boro

college student

  • Latest
  • Popular
  • Video

White মন মলয়া কলিয়নি নদীৰ দাঁতিত কহুঁৱা জোপাৰ মাজত তোমাক বিচাৰি ফুৰিছো। সপোন পৰাশা চৰাইবোৰ মন-আকাশত উৰি ফুৰিছে । বনৰ মাজে মাজে মইনা জাকেও লুকা ভাকো খেলিছে । শূণ্য আকাশৰ.... বিশাল মেঘৰ আঁৰত তুমাকেই যেন দেখিছোঁ সাবটিব খুজিও বাৰে বাৰে উজতিহে খাইছোঁ। দীপক বড়ো ©dipak boro

 White মন  মলয়া 

কলিয়নি  নদীৰ দাঁতিত 
কহুঁৱা  জোপাৰ  মাজত 
তোমাক  বিচাৰি  ফুৰিছো।
সপোন  পৰাশা  চৰাইবোৰ 
মন-আকাশত  উৰি  ফুৰিছে ।
বনৰ  মাজে  মাজে 
মইনা  জাকেও
লুকা  ভাকো  খেলিছে ।
শূণ্য  আকাশৰ....
বিশাল  মেঘৰ  আঁৰত 
তুমাকেই  যেন  দেখিছোঁ 
সাবটিব  খুজিও 
বাৰে  বাৰে  উজতিহে  খাইছোঁ।

                                     দীপক বড়ো

©dipak boro

love poetry for her

8 Love

জন্ম বাৰ্ষিকী জন্মৰ একৈশটা বৰ্ষৰ প্ৰাকক্ষণত আজিৰ দিনটোক বাৰুকৈয়ে শুৱৰিছো। আজি মই ধন্য আজিৰ বাবেই যেন ব্ৰহ্মাণ্ডৰ মহাময়ী দৃশ্য উপভোগ কৰিবলৈ পাইছো। সুখ-দূষৰ মাজেৰে নিজৰ আত্ম জীৱনক গঢ় দিবলৈ শিকিছো। ধৰাৰ বুকুত জন্মলৈ আজি মই ধন্য সেয়ে,হে প্ৰভু আপোনাক প্ৰনাম জনাইছো। ✍️দীপক বড়ো ©dipak boro

#OneSeason  জন্ম বাৰ্ষিকী

জন্মৰ একৈশটা
বৰ্ষৰ প্ৰাকক্ষণত
আজিৰ দিনটোক
বাৰুকৈয়ে শুৱৰিছো।
আজি  মই ধন্য
আজিৰ বাবেই যেন
ব্ৰহ্মাণ্ডৰ মহাময়ী দৃশ্য
উপভোগ কৰিবলৈ পাইছো।
সুখ-দূষৰ মাজেৰে 
নিজৰ আত্ম জীৱনক
গঢ় দিবলৈ শিকিছো।
ধৰাৰ বুকুত জন্মলৈ
আজি মই ধন্য 
সেয়ে,হে প্ৰভু
আপোনাক প্ৰনাম জনাইছো।

                   ✍️দীপক বড়ো

©dipak boro

#OneSeason

5 Love

মধ্যবিত্ত হয়,মই মধ্যবিত্ত মনত বহু‌ সপোন ৰাখি কলেজলে বুলি গৈ আছো। হয়টো প্ৰয়োজনৰ স্বাৰ্থত, কেতিয়াবা হাজিৰা ঠিকাও কৰিছো। কিন্তু,কি কৰো! উপায়টো নাই,যাবই লাগিব যিহেতু মনত সীমাহীন সপোন। সপোনবোৰেটো সপোন দেখুৱাই গৈয়ে থাকিব........ দিথকবৰো যে ইমান স্বাৰ্থপৰ অলপো কাষেই নাচাপে! কেতিয়াবা মন যায় সকলো এৰি গুচি যাবলে। কিন্তু নাই,মিছলিয়া সপোনবোৰে আকৌ ৰবলে বাধ্য কৰাই। দীপক বড়ো ©dipak boro

         মধ্যবিত্ত

হয়,মই মধ্যবিত্ত 
মনত বহু‌ সপোন ৰাখি
কলেজলে বুলি গৈ আছো।
হয়টো প্ৰয়োজনৰ স্বাৰ্থত, 
কেতিয়াবা হাজিৰা ঠিকাও কৰিছো।
কিন্তু,কি কৰো!
উপায়টো নাই,যাবই লাগিব
যিহেতু মনত সীমাহীন সপোন।
সপোনবোৰেটো সপোন দেখুৱাই
গৈয়ে থাকিব........
দিথকবৰো যে ইমান স্বাৰ্থপৰ
অলপো কাষেই নাচাপে!
কেতিয়াবা মন যায়
সকলো এৰি গুচি যাবলে।
কিন্তু নাই,মিছলিয়া সপোনবোৰে
আকৌ ৰবলে বাধ্য কৰাই।
                   
4 Love

3 Love

Trending Topic