জন্ম বাৰ্ষিকী
জন্মৰ একৈশটা
বৰ্ষৰ প্ৰাকক্ষণত
আজিৰ দিনটোক
বাৰুকৈয়ে শুৱৰিছো।
আজি মই ধন্য
আজিৰ বাবেই যেন
ব্ৰহ্মাণ্ডৰ মহাময়ী দৃশ্য
উপভোগ কৰিবলৈ পাইছো।
সুখ-দূষৰ মাজেৰে
নিজৰ আত্ম জীৱনক
গঢ় দিবলৈ শিকিছো।
ধৰাৰ বুকুত জন্মলৈ
আজি মই ধন্য
সেয়ে,হে প্ৰভু
আপোনাক প্ৰনাম জনাইছো।
✍️দীপক বড়ো
©dipak boro
#OneSeason