হে' চাকৰি মুখী অসম! চাকৰিত কি আছে? সকলোৰ চিন্তা যে | English Quotes

"হে' চাকৰি মুখী অসম! চাকৰিত কি আছে? সকলোৰ চিন্তা যে কেৱল চাকৰি চাকৰি! ভাবানেকি চাকৰি মানেই মুক্তি, চাকৰি মানেই শান্তি... ভাবানেকি চাকৰি মানেই সকলো সমস্যাৰ সমাধান চাকৰি মানেই নহয় সোণৰে কাৰেঙ, চাকৰি মানেই নহয় সকলো সমস্যাৰ সমাধান... সেই কথা এবাৰ আপুনি সুধিব পাৰা চাকৰি জীৱি কোনো ব্যক্তিক যে- তেওঁ চাকৰি কৰি কিমান সুখী, সুধিব পাৰা চাকৰি জীৱনত তেওঁ পৰিয়ালক কিমান সময় দিব পাৰিছে?.... তেতিয়া গম পাবা সকলো কথা, হয়তো তেতিয়া তুমিও সলনি কৰিবা তোমাৰ চিন্তা..... ©Sushildoley Official"

 হে' চাকৰি মুখী অসম! চাকৰিত কি আছে? সকলোৰ চিন্তা যে কেৱল চাকৰি চাকৰি! 
ভাবানেকি চাকৰি মানেই মুক্তি, চাকৰি মানেই শান্তি... 
ভাবানেকি চাকৰি মানেই সকলো সমস্যাৰ সমাধান
চাকৰি মানেই নহয় সোণৰে কাৰেঙ, চাকৰি মানেই নহয় সকলো সমস্যাৰ সমাধান...
সেই কথা এবাৰ আপুনি সুধিব পাৰা চাকৰি জীৱি কোনো ব্যক্তিক যে- তেওঁ চাকৰি কৰি কিমান সুখী, সুধিব পাৰা চাকৰি জীৱনত তেওঁ পৰিয়ালক কিমান সময় দিব পাৰিছে?.... তেতিয়া গম পাবা সকলো কথা, হয়তো তেতিয়া তুমিও সলনি কৰিবা তোমাৰ চিন্তা.....

©Sushildoley Official

হে' চাকৰি মুখী অসম! চাকৰিত কি আছে? সকলোৰ চিন্তা যে কেৱল চাকৰি চাকৰি! ভাবানেকি চাকৰি মানেই মুক্তি, চাকৰি মানেই শান্তি... ভাবানেকি চাকৰি মানেই সকলো সমস্যাৰ সমাধান চাকৰি মানেই নহয় সোণৰে কাৰেঙ, চাকৰি মানেই নহয় সকলো সমস্যাৰ সমাধান... সেই কথা এবাৰ আপুনি সুধিব পাৰা চাকৰি জীৱি কোনো ব্যক্তিক যে- তেওঁ চাকৰি কৰি কিমান সুখী, সুধিব পাৰা চাকৰি জীৱনত তেওঁ পৰিয়ালক কিমান সময় দিব পাৰিছে?.... তেতিয়া গম পাবা সকলো কথা, হয়তো তেতিয়া তুমিও সলনি কৰিবা তোমাৰ চিন্তা..... ©Sushildoley Official

#KhoyaMan

People who shared love close

More like this

Trending Topic