Sushildoley Official

Sushildoley Official

Student of Madhabdev University. BA in Economic.

  • Latest
  • Popular
  • Video

না ক'ল, না মেচেজ কিবা এটা যেন আচহুৱা আচহুৱা অনুভব নাই একোৱেই ভাল লাগি থকা নাই ©Sushildoley Official

#TereHaathMein #Quotes  না ক'ল, না মেচেজ
কিবা এটা যেন আচহুৱা আচহুৱা অনুভব
নাই একোৱেই ভাল লাগি থকা নাই

©Sushildoley Official

আমাৰ মাজত যি আছিল সেয়া আচলতে প্ৰেম নাছিল ©Sushildoley Official

#Quotes #Chess  আমাৰ মাজত যি আছিল সেয়া আচলতে প্ৰেম নাছিল

©Sushildoley Official

#Chess

8 Love

হে' চাকৰি মুখী অসম! চাকৰিত কি আছে? সকলোৰ চিন্তা যে কেৱল চাকৰি চাকৰি! ভাবানেকি চাকৰি মানেই মুক্তি, চাকৰি মানেই শান্তি... ভাবানেকি চাকৰি মানেই সকলো সমস্যাৰ সমাধান চাকৰি মানেই নহয় সোণৰে কাৰেঙ, চাকৰি মানেই নহয় সকলো সমস্যাৰ সমাধান... সেই কথা এবাৰ আপুনি সুধিব পাৰা চাকৰি জীৱি কোনো ব্যক্তিক যে- তেওঁ চাকৰি কৰি কিমান সুখী, সুধিব পাৰা চাকৰি জীৱনত তেওঁ পৰিয়ালক কিমান সময় দিব পাৰিছে?.... তেতিয়া গম পাবা সকলো কথা, হয়তো তেতিয়া তুমিও সলনি কৰিবা তোমাৰ চিন্তা..... ©Sushildoley Official

#KhoyaMan #Quotes  হে' চাকৰি মুখী অসম! চাকৰিত কি আছে? সকলোৰ চিন্তা যে কেৱল চাকৰি চাকৰি! 
ভাবানেকি চাকৰি মানেই মুক্তি, চাকৰি মানেই শান্তি... 
ভাবানেকি চাকৰি মানেই সকলো সমস্যাৰ সমাধান
চাকৰি মানেই নহয় সোণৰে কাৰেঙ, চাকৰি মানেই নহয় সকলো সমস্যাৰ সমাধান...
সেই কথা এবাৰ আপুনি সুধিব পাৰা চাকৰি জীৱি কোনো ব্যক্তিক যে- তেওঁ চাকৰি কৰি কিমান সুখী, সুধিব পাৰা চাকৰি জীৱনত তেওঁ পৰিয়ালক কিমান সময় দিব পাৰিছে?.... তেতিয়া গম পাবা সকলো কথা, হয়তো তেতিয়া তুমিও সলনি কৰিবা তোমাৰ চিন্তা.....

©Sushildoley Official

#KhoyaMan

13 Love

#Quotes

27 View

শূন্যৰ পৰা আৰম্ভণি মোৰ পৰিকল্পনা বহু ভাবিলো, বহু যুজিলো মই মোৰ নিজৰ মাজত মোৰ চিন্তা যে নিমিলে আন কাৰো লগত এতিয়া মোৰ চিন্তাই মোৰ শক্তি এদিন সেই চিন্তাৰে উজ্জ্বলি উঠিব মোৰ ঠিকনা সেয়ে মোৰ জীৱনজোৰা পৰিকল্পনা আগুৱাই যাওঁ আগুৱাই যাওঁ, মাথোঁ আগুৱাই যাওঁ!... ©Sushildoley Official

#Barsaat #Quotes  শূন্যৰ পৰা আৰম্ভণি মোৰ পৰিকল্পনা
বহু ভাবিলো, বহু যুজিলো মই মোৰ নিজৰ মাজত
মোৰ চিন্তা যে নিমিলে আন কাৰো লগত
এতিয়া মোৰ চিন্তাই মোৰ শক্তি
এদিন সেই চিন্তাৰে উজ্জ্বলি উঠিব মোৰ ঠিকনা
সেয়ে মোৰ জীৱনজোৰা পৰিকল্পনা
আগুৱাই যাওঁ আগুৱাই যাওঁ, মাথোঁ আগুৱাই যাওঁ!...

©Sushildoley Official

#Barsaat

10 Love

পৰিবৰ্তন সময়ৰ সোঁতত সকলো পৰিবৰ্তন হয়। মানুহৰ ঠিকনা, চিন্তা, প্ৰেম, বন্ধুত্ব আদি সকলো সম্পর্ক। কিয়নো, সময় সাপেক্ষে আমাৰ প্ৰয়োজনীয়তাও ভিন্ন হয়। ©Sushildoley Official

#Khushiyaan #Quotes  পৰিবৰ্তন
সময়ৰ সোঁতত সকলো পৰিবৰ্তন হয়। 
মানুহৰ ঠিকনা, চিন্তা, প্ৰেম, বন্ধুত্ব আদি সকলো সম্পর্ক। কিয়নো, সময় সাপেক্ষে আমাৰ প্ৰয়োজনীয়তাও ভিন্ন হয়।

©Sushildoley Official

#Khushiyaan

16 Love

Trending Topic