শূন্যৰ পৰা আৰম্ভণি মোৰ পৰিকল্পনা বহু ভাবিলো, বহু য | English Quotes

"শূন্যৰ পৰা আৰম্ভণি মোৰ পৰিকল্পনা বহু ভাবিলো, বহু যুজিলো মই মোৰ নিজৰ মাজত মোৰ চিন্তা যে নিমিলে আন কাৰো লগত এতিয়া মোৰ চিন্তাই মোৰ শক্তি এদিন সেই চিন্তাৰে উজ্জ্বলি উঠিব মোৰ ঠিকনা সেয়ে মোৰ জীৱনজোৰা পৰিকল্পনা আগুৱাই যাওঁ আগুৱাই যাওঁ, মাথোঁ আগুৱাই যাওঁ!... ©Sushildoley Official"

 শূন্যৰ পৰা আৰম্ভণি মোৰ পৰিকল্পনা
বহু ভাবিলো, বহু যুজিলো মই মোৰ নিজৰ মাজত
মোৰ চিন্তা যে নিমিলে আন কাৰো লগত
এতিয়া মোৰ চিন্তাই মোৰ শক্তি
এদিন সেই চিন্তাৰে উজ্জ্বলি উঠিব মোৰ ঠিকনা
সেয়ে মোৰ জীৱনজোৰা পৰিকল্পনা
আগুৱাই যাওঁ আগুৱাই যাওঁ, মাথোঁ আগুৱাই যাওঁ!...

©Sushildoley Official

শূন্যৰ পৰা আৰম্ভণি মোৰ পৰিকল্পনা বহু ভাবিলো, বহু যুজিলো মই মোৰ নিজৰ মাজত মোৰ চিন্তা যে নিমিলে আন কাৰো লগত এতিয়া মোৰ চিন্তাই মোৰ শক্তি এদিন সেই চিন্তাৰে উজ্জ্বলি উঠিব মোৰ ঠিকনা সেয়ে মোৰ জীৱনজোৰা পৰিকল্পনা আগুৱাই যাওঁ আগুৱাই যাওঁ, মাথোঁ আগুৱাই যাওঁ!... ©Sushildoley Official

#Barsaat

People who shared love close

More like this

Trending Topic