Mental Health In 3 Words যি মানুহে সৎ জীৱনৰ সাধনা | বাংলা Quotes

"Mental Health In 3 Words যি মানুহে সৎ জীৱনৰ সাধনা কৰি মনটোক আধ্যাত্মিকভাৱে শক্তিশালী কৰে, তেওঁলোকে ৰোগমুক্ত হৈ থাকিব নোৱাৰিলও ৰোগক জয় কৰিব পাৰে। মনৰ শান্তি থকা এজন মানুহ ৰুগীয়া হ'লেও স্বাস্থ্যৱান। সকলো সময়তে মানসিক অশান্তিত ভুগি থকা মানুহজন অসুৰৰ দৰে বলশালী আৰু নীৰোগ হ'লেও আচলতে তেওঁ স্বাস্থ্যহীন। ©Sushildoley Official"

 Mental Health In 3 Words  যি মানুহে সৎ জীৱনৰ সাধনা কৰি মনটোক আধ্যাত্মিকভাৱে শক্তিশালী কৰে, তেওঁলোকে ৰোগমুক্ত হৈ থাকিব নোৱাৰিলও ৰোগক জয় কৰিব পাৰে। মনৰ শান্তি থকা এজন মানুহ ৰুগীয়া হ'লেও স্বাস্থ্যৱান। সকলো সময়তে মানসিক অশান্তিত ভুগি থকা মানুহজন অসুৰৰ দৰে বলশালী আৰু নীৰোগ হ'লেও আচলতে তেওঁ স্বাস্থ্যহীন।

©Sushildoley Official

Mental Health In 3 Words যি মানুহে সৎ জীৱনৰ সাধনা কৰি মনটোক আধ্যাত্মিকভাৱে শক্তিশালী কৰে, তেওঁলোকে ৰোগমুক্ত হৈ থাকিব নোৱাৰিলও ৰোগক জয় কৰিব পাৰে। মনৰ শান্তি থকা এজন মানুহ ৰুগীয়া হ'লেও স্বাস্থ্যৱান। সকলো সময়তে মানসিক অশান্তিত ভুগি থকা মানুহজন অসুৰৰ দৰে বলশালী আৰু নীৰোগ হ'লেও আচলতে তেওঁ স্বাস্থ্যহীন। ©Sushildoley Official

#MyMentalHealthIn3Words

People who shared love close

More like this

Trending Topic