তুমি উশাহ হৈ ৰোৱা, সপোন হৈ ফুলা, ৰং সিঁচি দিয়া চ | हिंदी कविता

"তুমি উশাহ হৈ ৰোৱা, সপোন হৈ ফুলা, ৰং সিঁচি দিয়া চৌপাশে নীলা, হালধীয়া💙💛 তোমাৰ সোণাৰু হাঁহিত ঠন ধৰি উঠে মোৰ বুকুৰ সেউজ উপত্যকা। ©Hirushima Bora"

 তুমি উশাহ হৈ ৰোৱা, 
সপোন হৈ ফুলা, 
ৰং সিঁচি দিয়া চৌপাশে 
নীলা, হালধীয়া💙💛
তোমাৰ সোণাৰু হাঁহিত
 ঠন ধৰি উঠে 
মোৰ বুকুৰ সেউজ উপত্যকা।

©Hirushima Bora

তুমি উশাহ হৈ ৰোৱা, সপোন হৈ ফুলা, ৰং সিঁচি দিয়া চৌপাশে নীলা, হালধীয়া💙💛 তোমাৰ সোণাৰু হাঁহিত ঠন ধৰি উঠে মোৰ বুকুৰ সেউজ উপত্যকা। ©Hirushima Bora

#ValentinesDay

People who shared love close

More like this

Trending Topic