#PulwamaAttack সেউজীয়া জীৱনৰ অনুপম সপোনৰ কি যে এ

"#PulwamaAttack সেউজীয়া জীৱনৰ অনুপম সপোনৰ কি যে এই প্ৰমানুভূতি , প্ৰেমৰ দিনটোৰ অন্তত , বাৰে বাৰে মনলৈ আহি থকা কথাকেইটাকে কও শুনা ,, হৃদয়ৰ উঠা নমাবোৰ ৰ শাত পৰি ৰয় তোমাৰ নামতে।। জীৱনৰ প্ৰতিটো পল , তোমাৰ মৰমৰ বিশালতা খিনিক সাৱটিব পৰাকৈ যেন যোগ্য হব পাৰো।। তোমাৰ এজাৰবুলীয়া দুখৰ চকুলোবোৰ নাইকিয়া কৰিব পৰাকৈ যেন নিজক সজাই তুলিব পাৰো ।। দুহাতৰ বুলনিত হৃদয় ৰ বিশালতা যে সোমাই থাকে তাক অনুভৱ কৰিব পাৰো।। অনন্তকাললৈ ভালপোৱাৰ বীজেৰে হৃদয়ৰ উপচাব পৰাকৈ যেন যোগ্য হব পাৰো।। _ lucky"

 #PulwamaAttack সেউজীয়া জীৱনৰ অনুপম সপোনৰ 
কি যে এই প্ৰমানুভূতি ,
প্ৰেমৰ দিনটোৰ অন্তত ,
বাৰে বাৰে মনলৈ আহি থকা কথাকেইটাকে 
কও  শুনা ,,

হৃদয়ৰ উঠা নমাবোৰ ৰ 
শাত পৰি ৰয় তোমাৰ নামতে।।
জীৱনৰ প্ৰতিটো পল , তোমাৰ মৰমৰ বিশালতা খিনিক সাৱটিব পৰাকৈ 
যেন যোগ্য হব পাৰো।।

তোমাৰ এজাৰবুলীয়া দুখৰ চকুলোবোৰ নাইকিয়া কৰিব পৰাকৈ যেন নিজক 
সজাই তুলিব পাৰো ।।
দুহাতৰ বুলনিত হৃদয় ৰ বিশালতা যে সোমাই 
থাকে তাক অনুভৱ কৰিব পাৰো।।

অনন্তকাললৈ ভালপোৱাৰ বীজেৰে 
হৃদয়ৰ উপচাব পৰাকৈ 
যেন যোগ্য হব পাৰো।।
_ lucky

#PulwamaAttack সেউজীয়া জীৱনৰ অনুপম সপোনৰ কি যে এই প্ৰমানুভূতি , প্ৰেমৰ দিনটোৰ অন্তত , বাৰে বাৰে মনলৈ আহি থকা কথাকেইটাকে কও শুনা ,, হৃদয়ৰ উঠা নমাবোৰ ৰ শাত পৰি ৰয় তোমাৰ নামতে।। জীৱনৰ প্ৰতিটো পল , তোমাৰ মৰমৰ বিশালতা খিনিক সাৱটিব পৰাকৈ যেন যোগ্য হব পাৰো।। তোমাৰ এজাৰবুলীয়া দুখৰ চকুলোবোৰ নাইকিয়া কৰিব পৰাকৈ যেন নিজক সজাই তুলিব পাৰো ।। দুহাতৰ বুলনিত হৃদয় ৰ বিশালতা যে সোমাই থাকে তাক অনুভৱ কৰিব পাৰো।। অনন্তকাললৈ ভালপোৱাৰ বীজেৰে হৃদয়ৰ উপচাব পৰাকৈ যেন যোগ্য হব পাৰো।। _ lucky

People who shared love close

More like this

Trending Topic