MONOR ছবি

MONOR ছবি Lives in Dibrugarh, Assam, India

Never mind if it the results are good or bad, if you give your best, you would realize that you did the right thing. . . . Welcome to My Page Thank You !

  • Latest
  • Popular
  • Video

বহুত চালি-জাৰি চালে মোক ! কিন্তু বুজি হে নাপালে ।

#Life_experience  বহুত চালি-জাৰি চালে মোক !

কিন্তু বুজি হে নাপালে ।

বহুত চালি-জাৰি চালে মোক ! কিন্তু বুজি হে নাপালে ।

9 Love

ৰাতিপুৱা চকু মেলিয়ে যদি তোমাৰ হাতৰ একাপ চাহ খাবলৈ পালো হয় ! গোটেই দিনটোৰ বাবে তোমাৰ নামৰ মৰমৰ টোপোলাতো বুকুত সুমুৱাই ল'লোহেতেঁন আৰু কলিজাতো ও শান্তি পালেহেতেঁন ।

#Perfect_day  ৰাতিপুৱা চকু মেলিয়ে যদি তোমাৰ হাতৰ একাপ চাহ খাবলৈ পালো হয় ! 
গোটেই দিনটোৰ বাবে তোমাৰ নামৰ মৰমৰ টোপোলাতো বুকুত সুমুৱাই ল'লোহেতেঁন
আৰু কলিজাতো ও শান্তি পালেহেতেঁন ।

#Perfect_day #nojoto

7 Love

मैं तो उस चांद को जानती भी नहीं जिस चांद से मुझे प्यार है लेकिन इतना मालूम है कि वो चांद मेरा सब कुछ है ।

 मैं तो उस चांद को जानती भी नहीं जिस चांद से मुझे प्यार है लेकिन इतना मालूम है कि वो चांद  मेरा सब कुछ है ।

#nojoto

5 Love

তুমি মোৰ ভাগ্যত নাথাকিব পাৰা কিন্তু মোৰ হৃদয়ত আজীৱন থাকি যাবা ।

 তুমি মোৰ ভাগ্যত নাথাকিব পাৰা
কিন্তু মোৰ হৃদয়ত আজীৱন থাকি যাবা ।

#nojoto

8 Love

তুমি নিজেই নাজানিবা কিমান মৰমলগা তুমি ! কেঁকুৰা চুলিৰ লগত তোমাৰ মৰম লগা মুখ, শেৱালী ফুলৰ দৰে উজ্বল তোমাৰ বগা গাল দুখন ... গোলাপ পাহিৰ দৰে দুটা ওঁঠ, নিয়ৰে শুই থকা পাতৰ দৰে তোমাৰ গোটা গোটা চকু, আৰু ...আৰু সেই চকুজুৰিয়ে মোৰ ফালে চালে... আহ ! সেই ক্ষণ ! বুকুত লাগি থকা কলিজাটো ইমান জোৰ জোৰকৈ ধ্প ধ্পাই উঠে যে মই তাক কৈ কৈ ভাগৰি যাওঁ ইমান জোৰকৈ ধ্প ধ্পাই নাথাকিবি অ' কষ্ট পাঁও।কিন্তু সি ৰখাৰ নামেই নলয় ... কিয় জানা ??? ভয় কৰে , ভয় কৰে সি কোনোবা অজান বাধাই আহি যদি মোৰ পৰা তোমাক কাঢ়ি নিয়ে ! তেতিয়া,কি হ'ব ?কাৰণ, তুমি জীৱন মোৰ,জীৱনতকৈও ওপৰত তুমি। আৰু, আমাৰ মাজৰ দূৰত্ব যিমানেই নাথাকক তুমি যোৱাকালি যেনেকৈ মোৰে আছিলা ,অহাকালিও মোৰেই হ'ব লাগিব। হ'বানে জান ?

#assamesewriter #GoodMorning #lovequotes #lovepoems #Assamese  তুমি নিজেই নাজানিবা
কিমান মৰমলগা তুমি !
কেঁকুৰা চুলিৰ লগত তোমাৰ মৰম লগা মুখ,
শেৱালী ফুলৰ দৰে উজ্বল তোমাৰ বগা গাল দুখন ... 
গোলাপ পাহিৰ দৰে দুটা ওঁঠ,
নিয়ৰে শুই থকা পাতৰ দৰে 
তোমাৰ গোটা গোটা চকু,
আৰু ...আৰু
সেই চকুজুৰিয়ে মোৰ ফালে চালে... আহ ! সেই ক্ষণ ! 
বুকুত লাগি থকা কলিজাটো ইমান জোৰ জোৰকৈ ধ্প ধ্পাই উঠে যে মই তাক কৈ কৈ ভাগৰি যাওঁ ইমান জোৰকৈ ধ্প ধ্পাই নাথাকিবি অ' কষ্ট পাঁও।কিন্তু সি ৰখাৰ নামেই নলয় ...
কিয় জানা ???
ভয় কৰে , ভয় কৰে সি কোনোবা অজান বাধাই আহি যদি মোৰ পৰা তোমাক কাঢ়ি নিয়ে ! তেতিয়া,কি হ'ব ?কাৰণ,
তুমি জীৱন মোৰ,জীৱনতকৈও ওপৰত তুমি।
আৰু, আমাৰ মাজৰ দূৰত্ব যিমানেই নাথাকক
তুমি যোৱাকালি যেনেকৈ মোৰে আছিলা ,অহাকালিও মোৰেই হ'ব লাগিব। 
হ'বানে জান ?

2020 তোমাৰ ভাৱনাতে শেষ হ'ল 2০১৯ বৰ্ষ তোমাৰ আকাংক্ষাতে আৰম্ভ হ'ল নতুন বৰ্ষ।

#HappyNewYear2020  2020  তোমাৰ ভাৱনাতে শেষ হ'ল 2০১৯ বৰ্ষ
তোমাৰ আকাংক্ষাতে আৰম্ভ হ'ল নতুন বৰ্ষ।

#HappyNewYear2020 #nojoto

13 Love

Trending Topic