অনুৰাগ তোমাৰ বাবে
এপাহ গোলাপ কিমান দিনলৈ নো মৰহি নোহোৱাকৈ থাকিব, তোমাৰ বাবে ফুল জোপাক কষ্ট দি গোলাপ পাহ চিঙিবলৈ মোৰ মনত বেয়া লগা নাছিল বৰঞ্চ আনন্দ হে লাগিছিল তোমাক দিম বুলি।
বহু কাইটৰ মাজত ৰাণী দৰে থকা সেই গোলাপে চাগে মোক দুখ দিলে সেইবাবে আজিও সেই পাহ মোৰ লগতে থাকিল
সযত্নে থৈ দিছিলো জানা তোমাৰ বাবে কিন্তু ,,,,,
বেছিদিন ৰাখিব নোৱাৰিলোঁ
মৰহিল
©Dipsikha Chetia
Continue with Social Accounts
Facebook Googleor already have account Login Here