Old thoughts made me, zalime mohobbt me sirf do cheejon ka waar he peheli becheni doosra injaar he . log sach hi kaha karte he isqe hi mohobbt he mohobbt hi pyaar he
Old thoughts made me, ॥মই "মই" হ'ব বিছাৰো॥
বিছৰা নাই মই
পৰ্ব্বতৰ উচ্চতা জুখিৱ,
নাই বিচৰা মই
কোনো কুকিৰে উপচিৱ।
মাথো বিছাৰিচো..
আন একৰ দৰেই..
শিল্প হ'বলৈ,,
মৃত্যু শিল্প হ'বলৈ।
নিবিছাৰো মই..
কোনো কোনো শব্দৰে হোৱা
এটা বাক্য হ'বলৈ..
মাথো বিছাৰিছো
দুটা আখৰৰ
শব্দ হ'বলৈ....
"মই" হ'বলৈ.!!
Continue with Social Accounts
Facebook Googleor already have account Login Here